Priti bhora - Kanchenjunga |Zubeen Garg & Gayatri Hazarika,Mansi | Song Lyrics

Anonymous
Priti bhora - Kanchenjunga |Zubeen Garg & Gayatri Hazarika,Mansi | Song Lyrics




Song              : Priti bhora
Movie            : Kanchenjunga
Singer            : Zubeen Garg, Gayatri, Hazarika,Mansi
Songwriters  : Zubeen Garg




Song lyrics Assamese

প্ৰীত ভৰা সপোনৰে গাঁথ
শুনাচোন এবাৰ আহি,
তুমি মই একে হৈ ওমলিম
সোণালী এই পৃথিৱীত ।
আৰেগৰে পছোৱা বুকুতে বুলিছে
জনম জনম মোৰে হোৱা
হেঁপাহো জাগছে বুকুতে
প্ৰীত ভৰা সপোনৰে গাঁথ
শুনাচোন এবাৰ আহি,

যদি তুমি মোৰে হোৱা
আঁউসীও জোনাকে ভৰা
নীল ধকা হাঁহিচাটি
বাউলি মন চুমি যোৱা
আৰেগৰে পছোৱা বুকুতে বুলিছে
জনম জনম মোৰে হোৱা
হেঁপাহো জাগছে বুকুতে
প্ৰীত ভৰা সপোনৰে গাঁথ
শুনাচোন এবাৰ আহি,

ধীৰে ধীৰে বাঢ়ি আহে
মিলনৰে বাসনা
দুগালতে তুমি আহে
সানি দিয়া ৰঙ সেন্দুৰীয়া ।
আৰেগৰে পছোৱা বুকুতে বুলিছে
জনম জনম মোৰে হোৱা
হেঁপাহো জাগছে বুকুতে
প্ৰীত ভৰা সপোনৰে গাঁথ
শুনাচোন এবাৰ আহি,

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!