Sui Diyana, asamese lyrics song
Song lyrics : Sui Diyana
lyrics
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই বোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
গধুলিকে তোমাৰেনা কৰিতাবোৰ
ভূপালি বাগহৈ সৰিব
গধুলিকে তোমাৰেনা কৰিতাবোৰ
ভূপালি বাগহৈ সৰিব
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই বোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
বাৰে বাৰে নোৱাৰে লাগি ধৰিছে
ওঁঠতে তোমাৰে তোমাৰেই নাম
ৰা'দে হাঁহিছে ৰা'দালি নামিছে
মৰমতে তাতে কিয় ইমান
জোৰকে বৈ আহে পুৱালি বাতহ
লৈ যাব মোক
তোমাবে কষালে মোৰেনো সাধনা
বাৰে বাৰে নোৱাৰে লাগি ধৰিছে
ওঁঠতে তোমাৰে তোমাৰেই নাম
ৰা'দে হাঁহিছে ৰা'দালি নামিছে
মৰমতে তাতে কিয় ইমান
জোৰকে বৈ আহে পুৱালি বাতহ
লৈ যাব মোক
তোমাবে কষালে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
জাগি জাগিনো বৈয়ে থাকিমে
তুমি নহ'লে যেন নহয় যে পুৱা
বাচি বাচিনো সপনো দেখো মই
মায়াৰে কবেং তুমি সজাৱা
জোৰকে বৈ আহে পুৱালি বতাহ
লৈ যাব মোক
তোমাবে কষালে মোৰেনো সাধনা
Sui Diyana Song
জাগি জাগিনো বৈয়ে থাকিমে
তুমি নহ'লে যেন নহয় যে পুৱা
বাচি বাচিনো সপনো দেখো মই
মায়াৰে কবেং তুমি সজাৱা
জোৰকে বৈ আহে পুৱালি বতাহ
লৈ যাব মোক
তোমাবে কষালে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই বোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
গধুলিকে তোমাৰেনা কৰিতাবোৰ
ভূপালি বাগহৈ সৰিব
গধুলিকে তোমাৰেনা কৰিতাবোৰ
ভূপালি বাগহৈ সৰিব
Original video Song